top of page

        Readers' Club was formed on 4th February, 2017 to nurture the reading habits of the users. The teachers students and  non-teaching staff are the members of Readers' Club. The constitution was designed by the members present in the first meeting of Readers' Club. the constitution was accepted on 8th February 2017.

ৰিৰ্ডাচ ক্লাবৰ নিমৱালী সমূহ : 

1.  প্ৰতিখন কমিটীৰ সময় সীমা এবছৰলৈ বাহাল থকিব।

2. গ্ৰন্থাগাৰিক পদেন সম্পাদক তথা আহ্বায়ক আৰু ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক (ex-officio) পদেন সদস্য হৈ থাকিব ।

3. প্ৰতি মাহৰ মূৰে মূৰে একোখন বৈঠক অনুষ্ঠিত হ'ব।

4. মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলোৱে এই ক্লাবৰ সদস্য হ'ব পাৰিব।

5. প্ৰতিখন বৈঠকতেই উপস্থিত সদস্যই এখন গ্ৰন্থৰ নাম নিৰ্বাচন কৰিব আৰু পিছৰ বৈঠকত তাৰ সমালোচনা কৰা হ'ব।

6. প্ৰতিজন সদস্যৰ উপস্থিতি বাঞ্চনীয়।

7. প্ৰতিখন বৈঠক জাতীয় সংগীতেৰে সামৰনি মৰা হ'ব।

Readers’ Club Sittings

ৰিডাৰ্ছ ক্লাবৰ বৈঠক :

Dibru_College_Readers_club_Logo_b-remove

              @ 2019 by Dibru College Central Library,Dibrugarh, all rights Reserved                      Site Designed By : Gunindra Borah (Library Assistant)               Planned by : Mrs. Dipika Das (Librarian)         e-mail: borah.deepjyoti6@gmail.com

bottom of page